উন্মাদ
মোৰ মন বিহগী বিহগী
মায়া হৈ ।
মন
যায় হওঁ আজি পলাশৰ
ফুল
ৰ’দ ছায়াৰ দোলনাতে
দি থাকিম দোল
অ’
এটি হাঁহি হৈ
বিৰিণাৰ
আঁৰতে বনগীত এটি হওঁ
গাঁৱৰে
পেপাঁৰে যেন মিঠা সুৰ
লৈ ।
পলাতক
এই ক্ষণ এটি ভুল
দুটি ভুল লৈ
আজি
নাই বন্ধন আমনি আমনি
লগা কৈ
মন
যায় হওঁ আজি পলাশৰ
ফুল
ৰ’দ ছায়াৰ দোলনাতে
দি থাকিম দোল
অ’
এটি হাঁহি হৈ
সপোনৰে
সৰে মৌ জিৰ্ জিৰ্
কৈ ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.