Tuesday, January 20, 2015

এই লোহিত কাবেৰী

এই লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় যায় বৈ
তাৰ লহৰে লহৰে
চহৰে নগৰে
কৈ যায় যায় কৈ
লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় বৈ
তাৰ লহৰে লহৰে
চহৰে নগৰে
কৈ যায় যায়  কৈ
এই লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় যায় বৈ

মই মিলি যাম
এই দেশৰ ধুলিত
মিলি যাম এই
সাৰুৱা মাটিত
মই মিলি যাম
এই দেশৰ ধুলিত
মিলি যাম এই
সাৰুৱা মাটিত
মিলি যাম মই
পাহাৰে ভৈয়ামে
পাহাৰে ভৈয়ামে
সেউজী সেউজী
সেউজী হৈ
সেউজী সেউজী
সেউজী হৈ
এই লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় যায় বৈ
তাৰ লহৰে লহৰে
চহৰে নগৰে
কৈ যায় যায়কৈ
 লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় যায়বৈ

এই মাটিতে মেলিলো নয়ন
মাটিতেই হওঁক শান্তি শয়ন
এই মাটিতে মেলিলো নয়ন
মাটিতেই হওঁক শান্তি শয়ন
এই মাটিতে মানৱী প্ৰেমৰ
এই মাটিতেই মানৱী প্ৰেমৰ
বন্তি উজলে পোহৰ হৈ
এই মাটিতেই মানৱী প্ৰেমৰ
বন্তি উজলে পোহৰ হৈ
মই মিলি যাম নীল
সাগৰে সাগৰে
মিলি যাম সোণ
পথাৰে পথাৰে
মই মিলি যাম নীল
সাগৰে সাগৰে
মিলি যাম সোণ
পথাৰে পথাৰে
উৰি ৰম মই
আকাশে বতাহে
উৰি ৰম মই
আকাশে বতাহে
ৰঙা গোলাপৰ
সুবাস হৈ
ৰঙা গোলাপৰ
সুবাস হৈ
এই লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় যায় বৈ
তাৰ লহৰে লহৰে
চহৰে নগৰে
কৈ যায় যায় কৈ
লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় যায় বৈ

মই আকৌ আহিম
দেশৰ বাবে
আহিম আকৌ
দহৰ বাবে
মই আকৌ আহিম
দেশৰ বাবে
আহিম আকৌ
দহৰ বাবে
নসমাজৰ আচনি লৈ
নসমাজৰ আচনি লৈ
পুনুঃ মিলি যাম মই
দেশৰ ধুলিত

মিলি যাম মই
সাৰুৱা মাটিত
পুনুঃ মিলি যাম মই
দেশৰ ধুলিত
মিলি যাম মই
সাৰুৱা মাটিত
অনু পৰমাণু হৈ
অনু পৰমাণু হৈ
এই লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় বৈ
তাৰ লহৰে লহৰে
চহৰে নগৰে
কৈ যায় কৈ
লোহিত কাবেৰী
সিন্ধু গংগা
বৈ যায় বৈ

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.