Tuesday, January 20, 2015

কেতিয়াবা বেজাৰতে

কেতিয়াবা বেজাৰতে
(Please click above to listen the song)

কেতিয়াবা বেজাৰতে 
টোপনী নাহিলে মোৰ
কপালতে যেন হাত যোৱা বুলাই
কপালতে যেন হাত যোৱা বুলাই

কেতিয়াবা বেজাৰতে টোপনী নাহিলে মোৰ
কপালতে যেন হাত যোৱা বুলাই
কপালতে যেন হাত যোৱা বুলাই

তুমিয়ে দেখোন মোৰেই আই
তুমিয়ে দেখোন মোৰেই আই
কান্দি কান্দি ভাগৰতে
মৰমৰে দিছিলা শোঁৱাই
মৰমৰে দিছিলা শোঁৱাই

হয়তো আজি গাঁওৰ পঁজাত
হয়তো আজি গাঁওৰ পঁজাত
আছা বহি মোকেই ধিয়াই

গোঁসাই ঘৰত বন্তি জলাই
গোঁসাই ঘৰত বন্তি জলাই
কেতিয়াবা বেজাৰতে টোপনী নাহিলে মোৰ
কপালতে যেন হাত যোৱা বুলাই
কপালতে যেন হাত যোৱা বুলাই

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.