Tuesday, January 20, 2015

সময় গতিশীল

সময় গতিশীল
নতুন সিনো হয়যে
নতুন সিনো হয়যে
অতীত পূৰণী
অতীত পূৰণী
ওচৰ হয় গতিতে
ওচৰ হয় গতিতে
সুদুৰ দূৰণী
সুদুৰ দূৰণী

সময় তোকে ৰাখিম মই যে
সময় তোকে ৰাখিম মই যে
ভৰাই মোৰ কৰণীত
ৰচিম মই সময় পাততে
ৰচিম মই সময় পাততে
সাহৰ নকাহিনী
অতীত যায় বাটেৰে
অতীত যায় বাটেৰে
তিয়াই দুবৰি
তিয়াই দুবৰি
নতুন সিনো আহেযে
তাকেই গচকি

ৰাখিম ধৰি মোৰ সুৰেৰে
ৰাখিম ধৰি মোৰ সুৰেৰে
নতুন আৰু পুৰনি
সাজিম এই দুয়োৰে
সাজিম এই দুয়োৰে
নতন সুৰ বাহিনী
নতুন সিনো হয়যে
অতীত পূৰণী
সময় গতিশীল

সময় গতিশীল

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.