শৰতৰে তুমি যেন
(Please click above to listen the song)
শৰতেৰে তুমি জোন যেন
ফাগুণৰে তুমি ফুল যেন
বহাগৰে প্ৰজাপতি যেন
বৰষাৰে এটি জুৰি যেন
মোহনীয়া তুমি
তুমি মোৰ
মোহনীয়া তুমি
তুমি মোৰ
যেন তুমি বাঁহী ৰাতিৰে
ৰিণি ৰিণি কোনো দুৰতে
এনে লাগে যেন জীৱনতে মোৰ
পাহী সৰে শেৱালীৰে
পাহি সৰে জোনাকৰে
পাহী সৰে শেৱালীৰে
পাহি সৰে জোনাকৰে
কৈ যাবানে
সঁচা এয়ে সঁচানে
শৰতেৰে তুমি জোন যেন
ফাগুণৰে তুমি ফুল যেন
বহাগৰে প্ৰজাপতি যেন
বৰষাৰে এটি জুৰি যেন
মোহনীয়া তুমি
তুমি মোৰ
মোহনীয়া তুমি
তুমি মোৰ
কতো ৰূপ দেখো তোমাৰেই
কতো ঢৌ এটি নদীৰেই
ৰদলীতে জোনাকতে জিকমিকে কৈ
দুৰে দুৰে হৃদয়ৰে
আলফুলে মৰমেৰে
দুৰে দুৰে হৃদয়ৰে
আলফুলে মৰমেৰে
সহাৰি দিবানে
এটি দুটি কথাৰে
শৰতেৰে তুমি জোন যেন
ফাগুণৰে তুমি ফুল যেন
বহাগৰে প্ৰজাপতি যেন
বৰষাৰে এটি জুৰি যেন
মোহনীয়া তুমি
তুমি মোৰ
মোহনীয়া তুমি
তুমি মোৰ
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.