এয়াতো
নহয়
অহাৰ
সময়
অ'
বৰষা কিয় আহিলি ?
গ'ল মধুক্ষণ হ'ল বিফল লগন
আহিবনে
কৰবীৰে কৰবী শুৱাই
মন
গগণা বজাই ।
কিয়নো
বজালি তোৰ
মেঘৰ
মাদল
কিয়নো
নাচিছ তই হৈ উত্ৰাৱল
যেনেকে
হাঁহিছ তেনে হাঁহি দেখা
নাই
বুকু
চমেচমায় যায় ।
নাজানো
মন মালিনী
মোৰে
নে বন বননিত
ফুলত
ফাগুন ফুলা নাই ।
এইয়াতো
নহয় যোৱাৰ সময়
অ'
বৰষা কিয়নো গ'লি
গ'ল মধুক্ষণ হ'ল বিফল লগন
আহিবনে
...
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.