Tuesday, January 20, 2015

মায়াময় ৰূপালী জোনাক

মায়াময় ৰূপালী জোনাক
ছায়াঘন শৰতেৰে পাত
জিৰ জিৰ জিৰ জুৰিৰে পাৰত
পামনে মই পামনে তোমাক

কাৱেৰীৰ পাৰে পাৰে
গংগাৰ তিৰে তিৰে
জীৱনৰ পথে পথে
বৰশাশৰততে
যাত্ৰা বিচৰাৰে
তোমাকেই বিচৰাৰে হায়
মায়াময় ৰূপালী জোনাক
ছায়াঘন শৰতেৰে পাত
জিৰ জিৰ জিৰ জুৰিৰে পাৰত
পামনে মই পামনে তোমাক

তুমি অজানা মোৰে
সুগভীৰ সুষমাৰে
তুমিয়ে জানো শান্তি
প্ৰাণৰ আতৰে ক্লান্তি
মই যুগ তৃষাতুৰে
মৰুভুৰ হাহাকৰ লৈ
মায়াময় ৰূপালী জোনাক

ছায়াঘন শৰতেৰে পাত
জিৰ জিৰ জিৰ জুৰিৰে পাৰত
পামনে মই পামনে তোমাক

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.