কিমান
জ্বলাবা আৰু
আৰু
কিমান বাকী আছে ।
আনৰ
কাৰণে কলিজাৰ তেজ
কিমান
ঢালিবা আৰু
আৰু
কিমান বাকী আছে ।
নিজৰ
কাৰণে ভাবিবলে’ আহৰি
নাই
নাই নাই তোমাৰ
সোঁৱৰালোঁ
শতবাৰ
প্ৰতি
উষা শোণিতেৰে
কত
পট আঁকা
সেই
পটে তোমাকে, নিঃশেষ কৰি নাচে
।
আনৰ
কাৰণে কলিজাৰ ৰং
কিমান
ঢালিবা আৰু
আৰু
কিমান বাকী আছে ।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.