Tuesday, January 20, 2015

সুৰাত মগন ভয়াল ৰাতি

সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল
মই যেন এক ʼদৰ বিলাপ
শব্দৰ সমদল
সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল
মই যেন এক ʼদৰ বিলাপ
শব্দৰ সমদল

চন্দ্ৰ তৰাক থাপ মাৰি আনি
থেকেচি পেলাবৰ ʼ
সূৰ্যমুখীয়ে সজাব কাহানি
বেথাৰ সমাধি তল
সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল
মই যেন এক ʼদৰ বিলাপ
শব্দৰ সমদল


নিয়ম পিয়াসী সন্তানবোৰে
নিয়ম নমনা ʼ
মাতৃৰ চকু ঘন কুৱঁলীৰ
গহ্বৰ হৈ ʼ
শগুণে সদায় সভাকে পাতে
ভাষণ পৰি ʼ
দিনবোৰ আমাৰ মৃত হৰিণৰ
বেঁকা শিং যেন ʼ
মই যেন এক ʼদৰ বিলাপ
শব্দৰ সমদল
মই যেন এক ʼদৰ বিলাপ
শব্দৰ সমদল
মোৰ কন্ঠেৰে সুৰাত মগন

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.