Tuesday, January 20, 2015

গধুলি আহিল তৰা জিলিকল


গধুলি আহিল তৰা জিলিকল
এধানী নিয়ৰত গধুলি গোপালে
উজলি উঠিল উজলি উঠিল
জোনৰে পানচৈ ঘাটতে চাপি
চিকোনে চেনেহৰ তোমাৰে কাষলে
মনটি উৰিল মনটি উৰিল

জোনাকৰে ৰাগী বতাহত বিয়পি
ফুলৰে পাহিতে
তোমাৰে হাঁহটি
দেখাযেন লাগিল
জোনাকৰে ৰাগী বতাহত বিয়পি
ফুলৰে পাহিতে
তোমাৰে হাঁহটি
দেখাযেন লাগিল
জোনৰে পানচৈ ঘাটতে চাপি
চিকোনে চেনেহৰ তোমাৰে কাষলে
মনটি উৰিল মনটি উৰিল

গধুলি আহিল তৰা জিলিকল
এধানী নিয়ৰত গধুলি গোপালে
উজলি উঠিল
উজলি উঠিল

ৰিণিকি ৰিণিকি তোমাৰে মাতটি
দুৰণী সৰকি ৰাতিৰে বাঁহীতে
ফুলা যেন লাগিল
ৰিণিকি ৰিণিকি তোমাৰে মাতটি
দুৰণী সৰকি ৰাতিৰে বাঁহীতে
ফুলা যেন লাগিল
মনৰে লিহিৰী বনৰে সুহূৰী
তোমাকে ধিয়ায় বুজনীয়া গুচি
উৰাযে মাৰিল উৰাযে মাৰিল

গধুলি আহিল তৰা জিলিকল
এধানী নিয়ৰত গধুলি গোপালে
উজলি উঠিল উজলি উঠিল

উজলি উঠিল উজলি উঠিল

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.