Tuesday, January 20, 2015

মোৰ ফাগুণ আছেহি


মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ কথাকে কবলৈ
আছেনে সময় তোমাৰ
সমীৰৰ খবৰ শুনাৰ
অধীৰ নহবা অন্জনা
গীতৰ গভীৰ বেদনা
মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ কথাকে কবলৈ
মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ কথাকে কবলৈ
আছেনে সময় তোমাৰ
সমীৰৰ খবৰ শুনাৰ
অধীৰ নহবা অন্জনা
গীতৰ গভীৰ বেদনা
শুনাবো খূজিছো অন্জনা
তুমি শুনা নাই
তুমি শুনা নাই

আছে শান্ত শিষ্ট দুষ্ট প্ৰিয়ো
উচ্ছ মধ্য তুচ্ছ্য
কলা বগা বাট শান্তি
আছে সকলোৰে শুদ্ধ শ্ৰী
মহা সূখতো কিয়োনো দূখী
দূখতো সদায়ে সুখী
এই সকলো কায়াৰে আছে ছায়া
সকলো কায়াৰে ছায়া কলা
কলা বুলি সবাকে কোৱা নাই
তুমি কোৱা নাই
তুমি কোৱা নাই

মোৰ ফাগুণ আছেহি
আহি ৰৈ
তোমাৰ কথাকে কবলৈ
আছেনে সময় তোমাৰ
সমীৰৰ খবৰ শুনাৰ
অধীৰ নহবা অন্জনা
গীতৰ গভীৰ বেদনা
শুনাবো খূজিছো অন্জনা
তুমি শুনা নাই

তুমি শুনা নাই

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.