Tuesday, January 20, 2015

মনৰ বাতৰিবোৰ

মনৰ বাতৰিবোৰ
ফুলৰ পাপৰি হৈ
যদি......সৰি যায়
নিৰস কবিতাবোৰ
নতুন নতুন হৈ
যদি..... সাৰ পায় ()
ফাগুনৰ ৰঙলৈ বৰষাৰ গীতি হৈ
তুমি জানো  দিবা ওপচাই, ()
মনৰ বাতৰিবোৰ
ফুলৰ পাপৰি হৈ
যদি......সৰি যায়
নিৰস কবিতাবোৰ
নতুন নতুন হৈ
যদি..... সাৰ পায়

স্বপ্ননীল দিগন্তত
সন্ধিয়া নমায়,
অঅঅঅ
বগলী দেউকাৰ
বিয়লি বেলাত ()
কিনো ছবি আকি আকি যায়, () নিশাৰ আকাশত বহু এন্ধাৰ মছিবানে
সেই পৰিচয়,
মনৰ বাতৰিবোৰ
ফুলৰ পাপৰি হৈ
যদি......সৰি যায়
নিৰস কবিতাবোৰ
নতুন নতুন হৈ
যদি..... সাৰ পায় ()


No comments:

Post a Comment

Note: Only a member of this blog may post a comment.