সন্ধ্যা যেতিয়া
({Please click above to listen the song)
সন্ধ্যা যেতিয়া তুলসীৰ তল
এগছি চাকিয়ে পোহৰ কৰে
সাহৰ শিখাৰে জীৱন জ্বলোৱা
সাহৰ শিখাৰে জীৱন জ্বলোৱা
শত জোৱানলৈ মনত পৰে
শত জোৱানলৈ মনত পৰে
সন্ধ্যা যেতিয়া তুলসীৰ তল
এগছি চাকিয়ে পোহৰ কৰে
দেশৰ মাটিতে বুলিলে স্বৰ্গ
জীৱন জবাৰে যাচিলে অৰ্ঘ
দেশৰ মাটিতে বুলিলে স্বৰ্গ
জীৱন জবাৰে যাচিলে অৰ্ঘ
সেই জ্বৱানৰ জন্মদাত্ৰী
পুন্য ভাৰতবৰ্ষ
সেই জ্বৱানৰ জন্মদাত্ৰী
পুন্য ভাৰতবৰ্ষ
আকাশে বতাহে দেশৰ মাটিত
আকাশে বতাহে দেশৰ মাটিত
গৌৰৱ ৰেনু যেতিয়া উৰে
গৌৰৱ ৰেনু যেতিয়া উৰে
শত জোৱানৰ শত কাহিনীয়ে
মনৰ কক্ষ পুৰ্নো কৰে
শত জোৱানৰ শত কাহিনীয়ে
মনৰ কক্ষ পুৰ্নো কৰে
সাহৰ শিখাৰে জীৱন জ্বলোৱা
সাহৰ শিখাৰে জীৱন জ্বলোৱা
শত জোৱানলৈ মনত পৰে
শত জোৱানলৈ মনত পৰে
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.