Tuesday, January 20, 2015

মই যি বাটেৰে ওলালো আজি

মই যি বাটেৰে
(Click above to listen the above)
মই যি বাটেৰে ওলালো আজি
নাহো উলটি
মই পথেৰে জ্যোতিৰে পখী
ফুৰো বিচাৰি

এৰি অহা পথ
এন্ধাৰে দেখো আৱৰি আছে
আশা ভৰা ৰথ
বিপদে দেখো আগছি আছে
নাহো উলটি

কিয় বাৰে বাৰে
ভাগৰে আহি আমনি কৰে
জ্যোতি পখীবোৰে
আগলেদেখো বাউলি মাতে
মই আশাৰে ফুলনি সাজি
ফুৰো ওমলি


No comments:

Post a Comment

Note: Only a member of this blog may post a comment.