দুৰ সুদুৰ বনে
ফুল ফুলাৰ লগনতে
যদি মন সুৰভিত হ্য়
ক্ষতি তাতে ক্ষতি কি
মেঘমনিৰ বৰষাতে
গুৰু গভীৰ গাজনিতে
মন ময়ুৰীয়ে নাচে
ক্ষতি তাতে ক্ষতি কি
দুৰ সুদুৰ বনে
ফুল ফুলাৰ লগনতে
যদি মন সুৰভিত হ্য়
ক্ষতি তাতে ক্ষতি কি
আজি পৃথিৱীযে
মূৰ্ত্তৰ আশীষেৰে
মাথো মধুময়
মাথো মধুময়
দুৰ সুদুৰ বনে
ফুল ফুলাৰ লগনতে
যদি মন সুৰভিত হ্য়
ক্ষতি তাতে ক্ষতি কি
দুৰ সুদুৰ বনে
হিয়াৰ গভীৰতে
প্ৰেমৰ জোনাকতহে
আজি আশ্ৰয়
আজি আশ্ৰয়
হিয়াৰ গভীৰতে
প্ৰেমৰ জোনাকতহে
আজি আশ্ৰয়
আজি আশ্ৰয়
নীলা নীলা নয়নৰে
জিলমিল পোহৰেৰে
যদি পথ উজলি উঠে
ক্ষতি তাতে ক্ষতি কি
দুৰ সুদুৰ বনে
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.