Saturday, January 24, 2015
Thursday, January 22, 2015
Wednesday, January 21, 2015
দুৰ সুদুৰ বনে বনে
দুৰ সুদুৰ বনে
ফুল ফুলাৰ লগনতে
যদি মন সুৰভিত হ্য়
ক্ষতি তাতে ক্ষতি কি
মেঘমনিৰ বৰষাতে
গুৰু গভীৰ গাজনিতে
মন ময়ুৰীয়ে নাচে
ক্ষতি তাতে ক্ষতি কি
দুৰ সুদুৰ বনে
ফুল ফুলাৰ লগনতে
যদি মন সুৰভিত হ্য়
ক্ষতি তাতে ক্ষতি কি
আজি পৃথিৱীযে
মূৰ্ত্তৰ আশীষেৰে
মাথো মধুময়
মাথো মধুময়
দুৰ সুদুৰ বনে
ফুল ফুলাৰ লগনতে
যদি মন সুৰভিত হ্য়
ক্ষতি তাতে ক্ষতি কি
দুৰ সুদুৰ বনে
হিয়াৰ গভীৰতে
প্ৰেমৰ জোনাকতহে
আজি আশ্ৰয়
আজি আশ্ৰয়
হিয়াৰ গভীৰতে
প্ৰেমৰ জোনাকতহে
আজি আশ্ৰয়
আজি আশ্ৰয়
নীলা নীলা নয়নৰে
জিলমিল পোহৰেৰে
যদি পথ উজলি উঠে
ক্ষতি তাতে ক্ষতি কি
দুৰ সুদুৰ বনে
শুন হেৰো ৰুপহী বিজুলী
শুন হেৰো ৰুপহী বিজুলী
তই জানো নাশিবো পাৰিবি
ঘনঘোৰ শাখিনী আউসী
শুন হেৰো ৰুপহী বিজুলী
তই জানো নাশিবো পাৰিবি
ঘনঘোৰ শাখিনী আউসী
কণ কণ অকনি জোনাকী জাকে
জ্যোতি কণাৰে সভা পাতে
কণ কণ অকনি জোনাকী জাকে
জ্যোতি কণাৰে সভা পাতে
তই জানো নিৰবে থাকিবি
ভয় খাই আতৰি পলাবি
চাই মাথো কাজলী আঁউসী
এন্ধাৰ ধৰাত জোনাকী হৈ
থাকো যদি অকলে ৰৈ
কোনো খেদ নাই তাৰ বাবে
কোনো খেদ নাই তাৰ বাবে
সাহেৰে অকলে নাশিমেই
আঁউসীকেই মই
শুন হেৰো ৰুপহী বিজুলী
তই জানো নাশিবো পাৰিবি
ঘনঘোৰ শাখিনী আউসী
বুলোতে বাট পোহৰ নেপাই
পৰো যদি উজুতি খাই
বুলোতে বাট পোহৰ নেপাই
পৰো যদি উজুতি খাই
পাৰো যদি তই লগ হবি
পাৰো যদি তই লগ হবি
দুয়োয়ে লগেৰে নাশিমেই
আউসীকেই গৈ
শুন হেৰো লগৰী বিজুলী
তই জানো লগতে নাহিবি
নাশিবলৈ শাখিনী আউসী
মোৰ মন বাঘ
মোৰ মন বাঘ
(Please click above to listen the song)
মোৰ মন বাঘ যদি আজি
প্ৰজাপতি হয়
মোৰ মন বাঘ যদি আজি
প্ৰজাপতি হয়
আৰু কৰবাৰ চিলনীয়ে
খেদি খেদি কয়
তোৰ সাহৰ দেখোন কোনো চিনচাব নাই
তোৰ সাহৰ দেখোন কোনো চিনচাব নাই
মই কম কি
মই কম কি
মোৰ মাটিদৰা যদি
আজি চন পৰি যায়
আৰু আয়ে যদি কান্দি
মোক আহি কয়
সেউজ ৰং বাৰু মোক কিয়ো নিদিলি
সেউজ ৰং বাৰু মোক কিয়ো নিদিলি
মই কম কি
মই কম কি
মোৰ বুকুখন যদি আজি
পাল হৈ যায়
ধুমুহাই যদি তাকেই সঘনে কোৱাই
মই জানো মুখন হাতেৰে ঢাকিম
চিএঁৰিম আকাশ কপাই
চিএঁৰিম আকাশ কপাই
মোৰ দেশখন যদি
আজি আই হই যায়
আৰু আয়ে যদি কান্দি
বাৰে বাৰে বাৰে কয়
তই বাৰু মোৰ বাবে
মোৰ বাবে কি কৰিলি
তই বাৰু মোৰ বাবে
মোৰ বাবে কি কৰিলি
মই কম কি
মই কম কি
সন্ধ্যা যেতিয়া
সন্ধ্যা যেতিয়া
({Please click above to listen the song)
সন্ধ্যা যেতিয়া তুলসীৰ তল
এগছি চাকিয়ে পোহৰ কৰে
সাহৰ শিখাৰে জীৱন জ্বলোৱা
সাহৰ শিখাৰে জীৱন জ্বলোৱা
শত জোৱানলৈ মনত পৰে
শত জোৱানলৈ মনত পৰে
সন্ধ্যা যেতিয়া তুলসীৰ তল
এগছি চাকিয়ে পোহৰ কৰে
দেশৰ মাটিতে বুলিলে স্বৰ্গ
জীৱন জবাৰে যাচিলে অৰ্ঘ
দেশৰ মাটিতে বুলিলে স্বৰ্গ
জীৱন জবাৰে যাচিলে অৰ্ঘ
সেই জ্বৱানৰ জন্মদাত্ৰী
পুন্য ভাৰতবৰ্ষ
সেই জ্বৱানৰ জন্মদাত্ৰী
পুন্য ভাৰতবৰ্ষ
আকাশে বতাহে দেশৰ মাটিত
আকাশে বতাহে দেশৰ মাটিত
গৌৰৱ ৰেনু যেতিয়া উৰে
গৌৰৱ ৰেনু যেতিয়া উৰে
শত জোৱানৰ শত কাহিনীয়ে
মনৰ কক্ষ পুৰ্নো কৰে
শত জোৱানৰ শত কাহিনীয়ে
মনৰ কক্ষ পুৰ্নো কৰে
সাহৰ শিখাৰে জীৱন জ্বলোৱা
সাহৰ শিখাৰে জীৱন জ্বলোৱা
শত জোৱানলৈ মনত পৰে
শত জোৱানলৈ মনত পৰে
শৰতৰে তুমি যেন
শৰতৰে তুমি যেন
(Please click above to listen the song)
শৰতেৰে তুমি জোন যেন
ফাগুণৰে তুমি ফুল যেন
বহাগৰে প্ৰজাপতি যেন
বৰষাৰে এটি জুৰি যেন
মোহনীয়া তুমি
তুমি মোৰ
মোহনীয়া তুমি
তুমি মোৰ
যেন তুমি বাঁহী ৰাতিৰে
ৰিণি ৰিণি কোনো দুৰতে
এনে লাগে যেন জীৱনতে মোৰ
পাহী সৰে শেৱালীৰে
পাহি সৰে জোনাকৰে
পাহী সৰে শেৱালীৰে
পাহি সৰে জোনাকৰে
কৈ যাবানে
সঁচা এয়ে সঁচানে
শৰতেৰে তুমি জোন যেন
ফাগুণৰে তুমি ফুল যেন
বহাগৰে প্ৰজাপতি যেন
বৰষাৰে এটি জুৰি যেন
মোহনীয়া তুমি
তুমি মোৰ
মোহনীয়া তুমি
তুমি মোৰ
কতো ৰূপ দেখো তোমাৰেই
কতো ঢৌ এটি নদীৰেই
ৰদলীতে জোনাকতে জিকমিকে কৈ
দুৰে দুৰে হৃদয়ৰে
আলফুলে মৰমেৰে
দুৰে দুৰে হৃদয়ৰে
আলফুলে মৰমেৰে
সহাৰি দিবানে
এটি দুটি কথাৰে
শৰতেৰে তুমি জোন যেন
ফাগুণৰে তুমি ফুল যেন
বহাগৰে প্ৰজাপতি যেন
বৰষাৰে এটি জুৰি যেন
মোহনীয়া তুমি
তুমি মোৰ
মোহনীয়া তুমি
তুমি মোৰ
Tuesday, January 20, 2015
ৰম্ভা, মেনকা কিম্বা যুথিকা
ৰম্ভা, মেনকা কিম্বা যুথিকা
নামবোৰ
নাজানো ভাই
হংস
গামিনী ইমান ৰমণী
কলিজা
ধপে ধপায় ।
তঁহতৰ
লাজ কাজ নাই যা,
গাভৰুক
জোকাব নাপায় ।
সাইলাখ
ৰাম হে আমি যেন
ৰাৱণ
কৰিছোঁহি
সীতা হৰণ ।
এবাটি
গাখীৰত মুখ ধুই আহ
গৈ
হনুমান
দুয়োজন
এখনি
দাপোনত ৰূপ চাই আহগৈ
ইমান
সুদৰ্শন ।
কাৰ্ত্তিক
কাষতে পাইছা হাততে
হেৰালে
আৰু নাপায় ।
প্ৰেম
প্ৰেম জখলা বগাবলৈ হ'বলা
ৰূপহীৰ
মনেই নাযায়,
কাৰ্তিক
দুটালৈ চায়
ৰম্ভাই
নাকেই কোঁচায় ?
ৰিহাৰে
মেৰতে চকুহাল পৰোঁতে
হিয়া
মোৰ দহিহে যায়
খং
খং চাৱনি আৰু যেন
শুৱনি
ওঁঠে
পিছে মিচিকিয়ায় ।
বিয়া
নাম নোগোৱাঁ নাই
এই,
মাত দিলে কিনো ক্ষয়
যায় ?
গাভৰু
ক্ষেমিবা দায় নধৰিবা
ইহঁতৰ
মগজু নাই
হুলাবাৰি
এচাৰি ব্যৱহাৰ নকৰি
দিয়া
দেই আমাক বিদায় ।
সপোনৰ সৰে মৌ জিৰ্ জিৰ্ কৈ
উন্মাদ
মোৰ মন বিহগী বিহগী
মায়া হৈ ।
মন
যায় হওঁ আজি পলাশৰ
ফুল
ৰ’দ ছায়াৰ দোলনাতে
দি থাকিম দোল
অ’
এটি হাঁহি হৈ
বিৰিণাৰ
আঁৰতে বনগীত এটি হওঁ
গাঁৱৰে
পেপাঁৰে যেন মিঠা সুৰ
লৈ ।
পলাতক
এই ক্ষণ এটি ভুল
দুটি ভুল লৈ
আজি
নাই বন্ধন আমনি আমনি
লগা কৈ
মন
যায় হওঁ আজি পলাশৰ
ফুল
ৰ’দ ছায়াৰ দোলনাতে
দি থাকিম দোল
অ’
এটি হাঁহি হৈ
সপোনৰে
সৰে মৌ জিৰ্ জিৰ্
কৈ ।।
মৃত্যু সাৱটি সমাধি তলিত
মৃত্যু সাৱটি সমাধি তলিত
অকলে
আছোঁহি শুই
এতিয়া
পুনৰ আহিছা কিয়
জ্বলাব
কলিজাৰ জুই ।
মৰণ
পৰতো আছিলোঁ দেখোন
তোমাৰ
বাটকে চাই
তেতিয়া
তুমি সময় নেপালা
তোমাৰ
আহৰি নাই ।
মোৰ
মৃতদেহ বগা কাপোৰেৰে
কোনোবাই
ঢাকি দিলে
আন
কোনোবাই গঙ্গা জ্বলেৰে
দেহাটি
তিয়াই দিলে ।
নিশ্চয়
তুমি তেতিয়া আছিলা
আনৰ
মৰম চুই
মই
আছিলোঁ ক্ষণ গণি গণি
আশাৰ
বৃক্ষ ৰুই ।
চিৰশান্তিৰ
কোলাত আজি
পালোঁ
মোৰ বিচৰা ঠাই
তুমি
কিয় বাৰু এতিয়াও মোক
জোকাবলৈ
এৰা নাই ।
জীৱন
পাৰৰ কাহিনী সামৰি
তুমি
কিয় যোৱা নাই
জীয়া
মায়াৰ বান্ধ খুলি ল’লোঁ
মৰণ
প্ৰেয়সীক পাই ।
নোজোকাবা
মোক মিছা হাঁহি মাৰি
ভাল
পাওঁ বুলি কৈ
এতিয়াতো
যে পাৰ হ’বতো
নোৱাৰোঁ
অসীম
মৰণ লৈ ।
মই যি বাটেৰে ওলালো আজি
নাহো
উলটি
মই
ন পথেৰে জ্যোতিৰে পখী
ফুৰো
বিচাৰি
এৰি
অহা পথ
এন্ধাৰে
দেখো আৱৰি আছে
আশা
ভৰা ৰথ
বিপদে
দেখো আগছি আছে
নাহো
উলটি
কিয়
বাৰে বাৰে
ভাগৰে
আহি আমনি কৰে
জ্যোতি
পখীবোৰে
আগলে’
দেখো বাউলি মাতে
মই
ন আশাৰে ফুলনি সাজি
ফুৰো
ওমলি ।
নিবিড় বনে যে মাতিছে যা
নিবিড় বনে যে মাতিছে যা
যা
যা দূৰণিলৈ
হেৰোৱা
সুবাসে মাতিছে যা
নিবিড়
বনে যে মাতিছে যা
যা
পখী দূৰণিলৈ
হেৰোৱা
সুবাসে মাতিছে যা
সোণৰে
সঁজাটি এৰি তই যা
।
যা
নীলিম আকাশলৈ
সোণালী
ৰ’দে যে মাতিছে
যা
জোনৰে
জোনাকে মাতছে যা
যা
নীলিম আকাশলৈ ।
শ্যামল
শোভাই সানিব ৰং
অৱসাদে
কৰে ধূসৰ মন
মৰুত
হেৰোৱা জীৱন নদীক
বনৰ
জুৰিয়ে দিবহি গতি
জীৱন
মায়াৰে প্ৰাণৰ সুৰভি
বনতে
বিচাৰি
কঠিন
শিকলি ছিঙি দি যা
।
দূৰৰ
পাহাৰে দিব যে পণ
ভীৰুতাৰে
কিয় ভাঙিবি মন
জীৱন
মায়াৰে প্ৰাণৰ সুৰভি
মহুৱা
বনতে
আকাশে
বতাহে বিচাৰি যা ।।
তমসা অ’ নিবিড় তমসা
তমসা অ’
নিবিড় তমসা
তমসা
অ’ নিবিড় তমসা
আৰু
আৰু নাথাকিবা ৰৈ
সূৰ্য্যমুখীয়ে
উচুপি কান্দিছে
আঁতৰি
যোৱাগৈ
আলসুৱা
মোৰ সূৰ্য্যমুখীৰ
হিয়াত
কিমান দুখ
ক্ষণ
গণি গণি ভাগৰি পৰিছে
দেখা
নাই কাৰ মুখ
কিমান
কান্দিব আজলিয়ে মোৰ
এবুকু
বেদনা লৈ ।
ৰজনী
কিয় ধৰাৰ বুকুত
ইমান
অভিসাৰ
গান
নুশুনিবা চাতক পখীৰ
বিলাপ
বেদনাৰ
মুখ
লুকুৱাই নাকান্দিবা আৰু
দৰদী
সূৰ্যমুখী
পূৰ্ব্বাঞ্চলত
সূৰ্য আছে
তোমাকে
আশা কৰি
তোমাৰ
হিয়াকে কৰিব শীতল
এবুকু
মৰম গৈ
তমসা
অ’ নিবিড় তমসা আৰু
আৰু
নাথাকিবা ৰৈ ।।
জিলমিল সোণোৱালী দিন
জিলমিল সোণোৱালী
দিন
জিলমিল
সোণোৱালী দিন
সেই
দিনবোৰ হ’ল নে
লীন
বিলীন
হ’লো নে মই
- অ’ সময় ।
এই
হিচাবৰ তহবিল শূন্য
নাই
পাপ, নাই পুণ্য
তথাপিও
ধন্য নহ’লো মই
অ’
সময় সুখময় দুখময় ।
মোৰ
অতীত মধুৰ সুমধুৰ
বৰ্তমান
বৰ গধুৰ
ভৱিষ্যত
ভবিতব্য বুলি
গুণী
জ্ঞানী জনে কয়
অ’
সময় নীলিময় ।
সেয়ে,
চিঞৰি চিঞৰি মাতিছো
সুঁৱৰি
সুঁৱৰি দহি দহিছো
এই
দহন বৰ জ্বালাময়
অ’
সময় নীলিময় মৃন্ময় ।।
Subscribe to:
Posts (Atom)